ঘূৰাই দিয়া মোক এৰি অহা শৈশৱ

ঘূৰাই দিয়া মোক এৰি অহা শৈশৱ

 ঘূৰাই দিয়া মোক এৰি অহা শৈশৱ



 জীৱনৰ ঘাত প্ৰতিঘাত বোৰে আমাক বহুত গভীৰ অৰ্থ দি যায়। অনুভৱ কৰিব পাৰিলে জীৱনৰ বাটত উভতি আহি সেই খোজ আকৌ পেলোৱাৰ মন হ্য়। 
এনে এক ব্যতিক্ৰমী চৰিত্ৰৰ অনুভৱেৰে এটি দুটি শব্দ গাঁঠি এক মৰিচিকাৰ যুজাৰু হৈ লিখিলোঁ...



 


কবিতা: ইয়াত টিপক  {getButton} $text={Click Here} $icon={preview} $color={Blue Colour} 


অনুভৱ বোৰে আমাৰ জীৱনৰ গতানুগতিক ভাৱে বহুত অস্থিৰতাও বিৰাজ কৰাই। এই অনুভৱৰ তাগিদাত পৰি বহুতে বেলেগ ঋণাত্মক দৃষ্টিৰে গতিৰ পথ লয়। তাক পৰিহাৰ কৰিব পৰাকৈ নিজকে গঢ়ি তুলিব পাৰিলেই এক কঠিন যুজৰ যুজাৰু হৈ থিয় দিব পৰা হ'ব।







Notice 
Image style is copy from third party sources like Google and Book {alertInfo}

Post a Comment

Previous Post Next Post

Ads

Photo Ads