{fullWidth}
(১) আলি আই লৃগাং উৎসৱ কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ:- ফাগুন মাহৰ প্ৰথম বুধবাৰে ।
(২) ওমফা পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- আহোমসকলৰ
(৩) চ'মাংকান কোন জনগোষ্ঠীয় সংস্কৃতি ? উত্তৰ:- কাৰ্বিসকলৰ মৃতকৰ শ্ৰাদ্ধানুষ্ঠান।
(৪) বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।
(৫) ফাৰকান্তি কোন জনগোষ্ঠীৰ উৎসৱ? উত্তৰ:- ৰাভাসকলৰ মৃতকৰ শ্রাদ্ধানুষ্ঠান।
(৬) বায়খো উৎসৱ কোন জনগোষ্ঠীৰ? উত্তৰ:- ৰাভাসকলৰ ।
(৭) খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ:- বড়ো।
(৮) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি?
উত্তৰ:- 'বনকুৱৰী'। কবি চন্দ্ৰকুমাৰ আগৰৱালা ।
(৯) সাহিত্য অকাডেমি বঁটা বিজয়ী প্রথম অসমীয়া পুথিখনৰ নাম কি?
উত্তৰ:- 'বনফুল'।
( ১০) 'বনফুল' কবি কোন?
উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা ।
(১১) প্ৰথম অসমীয়া সামাজিক নাটখনৰ নাম কি?
উত্তৰ:- ৰাম-নৱমী।
(১২) অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি?
উত্তৰ:- হাফলং।
(১৩) অসমৰ আটাইতকৈ পৰিষ্কাৰ চহৰখনৰ নাম কি?
উত্তৰ:- তেজপুৰ।
(১৪) ভাৰতে ফ্ৰান্সৰ পৰা কিনা বিমানখনৰ নাম কি?
উত্তৰ:- Rafale Fighter Jet.
(১৫) ডিব্ৰুগড় জিলাত থকা বিমান বন্দৰটোৰ নাম কি?
উত্তৰ:- মোহনবাৰী বিমান বন্দৰ ।
(১৬) বিশ্বৰ সৰ্ববৃহৎ মহাদেশ কি?
উত্তৰ:- এছিয়া (বিশ্বৰ ৩০% এলেকা)
(১৭) বিশ্বৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম?
উত্তৰ:- অষ্ট্ৰেলিয়া
(১৮) বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ খনৰ নাম?
উত্তৰ:- প্রশান্ত মহাসাগৰ
(১৯) বিশ্বৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?
উত্তৰ: - আৰ্কটিক মহাসাগৰ
(২০) বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ খনৰ নাম কি?
উত্তৰ:- প্রশান্ত মহাসাগৰ
(২১) বিশ্বৰ সৰ্ববৃহৎ সাগৰ খনৰ নাম কি?
উত্তৰ:- দক্ষিণ চীন সাগৰ
(২২) বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম?
উত্তৰ:- মেক্সিকো উপসাগৰ
(২৩) বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?
উত্তৰ: - গ্রীণলেও
(২৪) বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জটোৰ নাম কি?
উত্তৰ: - ইণ্ডোনেছিয়া
(২৫) বিশ্বৰ আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উত্তৰ: নীল নদী , দৈর্ঘ ৬৬৫০ কি.মি