প্ৰহ্লাদ চৰিত্ৰ - চমু উত্তৰ সমূহ

প্ৰহ্লাদ চৰিত্ৰ - চমু উত্তৰ সমূহ

 {fullWidth}

প্ৰহ্লাদ চৰিত্ৰ 

চমু উত্তৰৰ প্ৰশ্নাৱলী সমূহ তলত দিয়া হ'ল:




১। প্ৰাক শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য় কবি নাম কি ?

উত্তৰঃ হেম সৰস্বতী ।




২। হেম সৰস্বতীৰ কি অসমীয়া সাহিত্য়ৰ প্ৰথম লিখিত কাব্য়-নিদৰ্শন ?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ ।




৩। এখন সৰু বৰ্ণনাত্মক কাব্য় নাম লিখা ?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ । 




৪। দানৱৰাজ হিৰণ্যকশিপু পুতেকৰ নাম কি ?

উত্তৰঃ প্ৰহ্লাদ ।




৫। প্ৰহ্লাদ কাৰ ভক্ত আছিল ?

উত্তৰঃ বিষ্ণু ভক্ত আছিল ।




দিঘলীয়া প্ৰশ্নোত্ত বোৰৰ বাবে টিপক: {getButton} $text={Click} $icon={preview} $color={Red Colour} 



৬। কোন খন পুৰাণত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্ৰহ্লাদৰ বিষ্ণু ভক্তিৰ বিৱৰণ পাবলৈ নাই?

উত্তৰঃ প্ৰাপ্ত আৰু প্ৰকাশিত বামন পুৰাণখনত।




৭। মাতঙ্গ শব্দৰ অৰ্থ কি ?

উত্তৰঃ মাতঙ্গ শব্দৰ অৰ্থ হ'ল মতা হাতী ।




৮। হেম সৰস্বতীয়ে কি পুৰাণ চাই হিৰণ্যকশিপু আৰু প্ৰহ্লাদৰ তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্যকশিপু বধলৈ বৰ্ণনা কৰিছে ?

উত্তৰঃ বামন পুৰাণ চাই । 




৯। মলচখু শব্দৰ অৰ্থ কি ?

উত্তৰঃ বেয়া বা লেতেৰা দৃষ্টি।




১০। নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্যকশিপুক কিহেৰে বধ কৰিছিল ?

উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্যকশিপুক নখেৰে বধ কৰিছিল ।




১১। তৰাস শব্দৰ অৰ্থ কি ?

উত্তৰঃ তৰাস শব্দৰ অৰ্থ হ'ল ভয় । 




১২। দানৱৰজা হিৰণ্যকশিপুৰ বধ কাৰ হাতত হৈছিল ?

উত্তৰঃ নৰসিংহৰূপী বিষ্ণুৰ হাতত হৈছিল ।




১৩। ফটিক শব্দৰ অৰ্থ কি ?

উত্তৰঃ বৰ বগা বহুমূলীয়া পাথৰ ।




১৪। কাৰ তেজে বসুন্ধৰা তল যায় ?

উত্তৰঃ হিৰণ্যকশিপুৰ তেজে বসুন্ধৰা তল যায় ।




১৫। হেম সৰস্বতী কবিয়ে কমতাধিপতি দুৰ্লভ নাৰায়ণৰ ৰাজ্য়ত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ৰচনা কৰা দুখন কাব্যগ্ৰন্থৰ নাম কি ?

উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী-সংবাদ ।



১৬। প্ৰহ্লাদ চৰিত্ৰ কবিতাটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ কৰিতাটো ৰচনা কৰিছিল ।




১৭। নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্যকশিপুক বধ কোনতো সময়ত মাৰিছিল?

উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্যকশিপুক বধ সন্ধিয়া সময়ত মাৰিছিল ।




১৮। জোজন শব্দৰ অৰ্থ কি ?

উত্তৰঃ আঠ মাইল দূৰত্ব ।




১৯। বিষ্ণুয়ে হিৰণ্যকশিপুক মাৰিবলৈ কি ৰূপ গ্ৰহন কৰিছিল ?

উত্তৰঃ বিষ্ণুয়ে হিৰণ্যকশিপুক মাৰিবলৈ নৰসিংহ ৰূপ গ্ৰহন কৰিছিল ।




২০। হিৰণ্যকশিপু কাৰ ৰজা আছিল ?

উত্তৰঃ হিৰণ্যকশিপু অসুৰৰ সকলৰ ৰজা আছিল ।



দিঘলীয়া প্ৰশ্নোত্তৰ বাবে টিপক: {getButton} $text={Click} $icon={preview} $color={Red Colour} 



Post a Comment

Previous Post Next Post

Ads

Photo Ads