Preposition

Preposition


At ৰ ব্যৱহাৰ, On ৰ ব্যৱহাৰ, In ৰ ব্যৱহাৰ, By ৰ ব্যৱহাৰ, Between and Among  ৰ ব্যৱহাৰ, Over ৰ ব্যৱহাৰ, Beside and Besides ৰ ব্যৱহাৰ, During ৰ ব্যৱহাৰ.

 {tocify} $title={Table of Contents}

 At ৰ ব্যৱহাৰ :-


∆ সৰু ঠাইৰ নামৰ আগত; গাৱৰ নামৰ আগত , দোকান বজাৰৰ আগত, বয়সৰ আগত, বস্তুৰ ওপৰত লক্ষ্য কৰা, অস্থায়ীভাৱে কাষত থকা বুজালে, ঘৰত থকা বুজালে আৰু নথকা বুজালে Home ৰ আগত At ব্যৱহাৰ নহয়, উৎসৱৰ নামৰ আগত, নিৰ্ভৰ, বস্তুৰ দামৰ ওপৰত।

ওপৰত বুজালেও হ্য় যেতিয়া স্পৰ্শ কৰি থকা প্ৰকাশ কৰে।

 Example:

1. I live at kamalabari.

2. They live at Titabar.

3.

4. My grandfather is at 85 years.

5. Look at him.

6. He is standing at the door.

7. Is your father at your home.

8. He came here at Bihu.

9. He lives in England at his own expense. (নিজৰ মূল্যৰ ওপৰত)

10. Rice sells at 20 rupees a kolu.

11. He is sitting at chair.


 On ৰ ব্যৱহাৰ:

ওপৰত স্পৰ্শ কৰি থকা অৰ্থত, কাষত বুজালে, বাৰৰ নামৰ আগত, মাহৰ নামৰ লগত তাৰিখ জৰিত থাকিলে, উৎসৱৰ নামৰ পাছত দিনৰ ভাগৰ নাম থাকিলে, যান বাহনৰ ওপৰত উঠা, খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিলে।


Example:


1. Keep it on the table.

2. He lives on road.

3. She come here on Monday last.

But=> She come here Last/Next Monday.

ইয়াত on preposition use নহয়।

3. He will come here on August 15.

4. He come here on Bihu holidays.

5. Please get on the bus to travel Sivsagar.


 In ৰ ব্যৱহাৰ: 

ভিতৰত বুজালে, মাহৰ নামৰ আগত, নিজৰ মান বাহনেৰে যোৱা বুজালে, বছৰৰ আগত, Every Morning and afternoon ৰ আগত সদায় In preposition ব্যৱহাৰ হ্য়।


Example: 

1. He is in the room.

2. He come here in may.

3. He always goes to the office in his car.

4. He was born in 1993.


 By আৰু With ৰ ব্যৱহাৰ:

💡মান বাহনেৰে কৰবালৈ যোৱা, passive from ত, কাষত বুজালে, নিজে মৰা- এনে ক্ষেত্ৰত by preposition ব্যৱহাৰ কৰা হয়।


Example: 

1. She always goes to school by Bus.

2. The tiger was kill by the hunter.

3. Please sit by me.

4. He died by suicide.


💡 সজুঁলিৰ সহায়ত কাম কৰিলে, একে বস্তুৰ মাজত তুলনা, ৰে, সৈতে- এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে with preposition ৰ ব্যৱহাৰ কৰা হয়।

Example:

1. The hunter killed the rhino with a gun.

2. Acbor is compare with Aurangabad.

3. I write with a pen.

But like in this sentence- i write in ink. With preposition is not use.

4. I go to school with my classmate.


 Between আৰু Among preposition ৰ ব্যৱহাৰ:

💡দুটাৰ মাজত বুজালে Between preposition ব্যৱহাৰ হয়।

Example: He is standing between Ram and Rahim.

💡 দুটাতকৈ অধিক মাজত বুজালে Among preposition ব্যৱহাৰ কৰা হয়।

Example: Divide the mong among the boys.


 Over preposition ৰ ব্যৱহাৰ:

পোনে পোনে ওপৰত বুজালে আৰু অতিক্ৰম কৰা বুজালে এই over preposition ব্যৱহাৰ কৰা হয়।

Example: 1. The sky is over our heads.

2. He jump over the wall.


 Into Preposition ৰ ব্যৱহাৰ :

ভিতৰলৈ গতি কৰা বুজালে এই preposition ব্যৱহাৰ কৰা হয়।

He jump into the river to save the boy.


 Beside and Besides preposition Use:

কাষত বুজালে Beside preposition use হয়।

Ex. Please sit (by) beside me.

উপৰি বুজালে Besides preposition Use হয়।

Ex. Besides this I have many story book.


 During Preposition ৰ ব্যৱহাৰ :

নিৰ্দিষ্ট এচোৱা সময়ৰ ভিতৰতে বুজালে এই preposition ব্যৱহাৰ কৰা হয়।

Example: He went to Shillong during last Puja vocation.



💡Most use :

দেশ এখনৰ বাহিৰত থকা বুজালে "to"
দেশ এখনৰ ভিতৰত থকা বুজালে "in" 
কাষত থকা বুজালে "on" preposition ব্যৱহাৰ হয়।




 

🗒️ Appreciate Preposition


 


 

Previous Post Next Post

Ads

Photo Ads