ঋণীৰ চুক্তি পত্ৰ
(১)
এই চুক্তি পত্ৰত আজি ইংৰাজী ............................ তাৰিখে মই শ্ৰী/শ্ৰীমতী ........................................
................................................................ পিতা/স্বামী-প্ৰয়াত/শ্ৰী ............................................
................................................................ গাঁও/ৱাৰ্ড .........................................................
.........................ডাক- .....................................................................................................
থানা- ................................................ জিলা- ..........................................................(অসম)।
মই স্ব-ইচ্ছাই নিজৰ জ্ঞান-বিবেকে The Assam Co-Operative Societies Act 2007(Act No. IV of 2012 of As Amended upto Act No. IV of 2013) অধীনত স্বীকৃতিপ্রাপ্ত xyz থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটি চ’চাইটি লিমিটেডৰ উপবিধিৰ আধাৰত বর্ণিত ঋণনীতি পঢ়ি সকলোবোৰ নীতি-নিয়ম মানিবলৈ বাধ্য থাকিম বুলি চুক্তি পত্রত চহী কৰিলো ।
মোৰ অবিহনে জামিনদাৰ শ্ৰী/শ্ৰীমতী ..............................................................................
য়ে উক্ত ঋণৰ সমুদায় ধন কৰিব লাগিব বুলি প্ৰতিশ্ৰুতি দিলো ।
প্রধান কার্যালয় নগাৱস্থ হলধৰ ভূঞা পথত অৱস্থিত আৰু ঋণ প্রদান কৰা শাখা কার্যালয়ৰ ঠিকনা গাঁও/বার্ড- ............... ...................... ডাক-.......................... থানা- ................................ জিলা- ..........................
(অসম) আৰু xyz ৰ পৰিসীমাৰ ভিতৰত থকা xyz খ্রিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ'চাইটি লিমিটেডৰ শাখা সমূহক এই চুক্তি পত্রত অন্য পক্ষ হিচাপে গন্য কৰা হব ।
ঋণৰ আবেদনৰ ভিত্তিত চ'চাইটিয়ে মুঠ ................................................................(আখৰেৰে .....................................................................................................................................
(২)
……………………..) টকা ঋণ মঞ্জুৰ পত্র নং ..............................................................................
.................................................. মর্মে মঞ্জুৰী পত্ৰত উল্লেখ থকা সকলোবোৰ চৰ্তাৱলী মানি চলিম বুলি দলিল পত্ৰত চহী কৰিলো। ঋণ মঞ্জুবী পত্ৰত উল্লেখিত শতকৰা ............... (আখৰেৰে ..........................................
................................................................................) সুত দিবলৈ মই বাধ্য থাকিম ।
ঋণৰ বাবত xyz থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ'চাইটি লিমিটেডত জমা দিয়া নথি-পত্ৰ মোৰ অবিহনে চ'চাইটিয়ে নিজৰ ইচ্ছা মতে জব্দ কৰিব পাৰিব। এই ক্ষেত্ৰত মোৰ পৰিয়ালৰ কোনো লোকৰ ওজৰ আপত্তি আইনগতভাবে প্রযোজ্য নহব ।
ঋণীৰ চহী
সাক্ষীৰ সম্পূৰ্ণ নাম ঠিকনা
১/
২/
জামিনদাৰৰ চুক্তি পত্ৰ
এই জামিননামা আজি ইংৰাজি ............................. তাৰিখে শ্ৰী/শ্ৰীমতী ................................................
............................................ পিতা/স্বামী-প্ৰয়াত/শ্ৰী ................................................................
...................... গাঁও/ৱাৰ্ড- ..................................................................................................
থানা- ................................................... জিলা- .....................................(অসম) । মই ঋণী শ্ৰী/শ্ৰীমতী ................................................................................... হৈ জামিনদাৰ হিচাপে xyz থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেডৰ ......................................................
.......................................শাখাত দলিল বর্ণিত জামিনদাৰ চুক্তি পত্ৰত স্ব-ইচ্ছাই চহী কৰি দায়বদ্ধ থাকিলো ।
ভৱিষ্যতে ঋণীয়ে ঋণ পৰিশোধ নকৰিলে মই সমুদায় ঋণ কৰিবলৈ বাধ্য থাকিম । ঋণ পৰিশোধ নকৰিলে xyz থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ'চাইটি লিমিটেডে মোৰ ওপৰত যিকোনো আইনগত ব্যৱস্থা লব পাৰিব ।
জামিনদাৰৰ সম্পূৰ্ণ চহী
সাক্ষীৰ সম্পূৰ্ণ নাম ঠিকনা চহী